Couverture de Nilkanthi Braj

Nilkanthi Braj

Aperçu

Bénéficiez gratuitement de Standard pendant 30 jours

5,99 €/mois après la période d’essai. Annulation possible à tout moment
Essayez pour 0,00 €
Plus d'options d'achat

Nilkanthi Braj

De : মামণি ৰয়ছম গোস্বামী
Lu par : Pranami Das
Essayez pour 0,00 €

Renouvellement automatique à 5,99 €/mois après 30 jours. Annulation possible chaque mois.

Acheter pour 13,59 €

Acheter pour 13,59 €

Offres de saison | 0,99 € par mois pendant les 3 premiers mois

5,99 €/mois par la suite. Des conditions s’appliquent. Annulation mensuelle possible.
ধৰ্ম ধ্বজা বহনকাৰী ব্ৰজ। ভক্তিত গদগদ হৈ থকা ব্ৰজবাসী। ভক্তিপীঠ ব্ৰজলৈ আগমন ঘটে বহু ভক্তৰ। জীৱনৰ মূখ্য উদ্দেশ্য বিচাৰি, জীৱনৰ মুক্তি বিচাৰি আগমন ঘটা ভক্তৰ মাজত সৌদামিনীৰ দৰে কোনো বিধবা থাকে, যি মানিব নোখোজে ইহজন্ম, পৰজন্মৰ কথা। থাকে মৃণালিনীৰ দৰে জী, যিয়ে পিতৃ মাতৃৰ শুশ্ৰূষাৰ বাবে পাৰ কৰি দিয়ে এটা এটা বসন্ত। থাকে শশীৰ দৰে গাভৰু বিধৱা, যি নিজৰ শৰীৰটো বচাবৰ বাবে হৈ পৰে কাৰোবাৰ ৰক্ষিতা। পৃষ্ঠাই পৃষ্ঠাই বৰ্ণিত হোৱা ব্ৰজৰ ৰাধেশ্যামী সকলৰ যন্ত্ৰণাদগ্ধ কাহিনীয়ে বুকুৰ মাজত এটা আচৰিত বিষৰ সৃষ্টি কৰে। কেনে ধৰণৰ জীৱন যাপন কৰে ব্ৰজৰ ৰাধেশ্যামী বুঢ়ীসকলে? ঔদ্ধদেহিকৰ বাবে নাখাই নবৈ সাঁচি যোৱা এটা এটা আধলিৰ কাহিনী.. জানিবলৈ শুনক ষ্টৰীটেল যোগে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰখ্যাত ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীৰ মৰ্মস্পৰ্শী তথা কালজয়ী উপন্যাস 'নীলকণ্ঠী ব্ৰজ'। Littérature du monde Racisme et discrimination Sciences sociales
adbl_web_anon_alc_button_suppression_t1
Aucun commentaire pour le moment