Couverture de Xekh prohoror khela

Xekh prohoror khela

Aperçu
Essayer pour 0,00 €
Écoutez en illimité un large choix de livres audio, créations & podcasts Audible Original et histoires pour enfants.
Recevez 1 crédit audio par mois à échanger contre le titre de votre choix - ce titre vous appartient.
Gratuit avec l'offre d'essai, ensuite 9,95 €/mois. Possibilité de résilier l'abonnement chaque mois.

Xekh prohoror khela

De : ৰঞ্জু হাজৰিকা
Lu par : ৰূপম চেতিয়া
Essayer pour 0,00 €

9,95 € par mois après 30 jours. Résiliez à tout moment.

Acheter pour 5,55 €

Acheter pour 5,55 €

À propos de cette écoute

চাৰিজন বন্ধু বিশ্বজিত, চম্পক, সুভাষ আৰু নয়ন। চম্পকৰ ঘৰত চাৰি বন্ধুৰ পাৰ্টি। কাৰণ, দীৰ্ঘদিনৰ প্ৰেমৰ অন্তত বিশ্বজিতৰ সৈতে আভাৰ বিবাহৰ দিন ধাৰ্য। কিন্তু ঘটনাই নতুন মোৰ লয়। পাৰ্টি কৰি থকা অৱস্থাতে মৃত্যু ঘটে বিশ্বজিতৰ। মৃত্যুৰ কাৰণ বিষাক্ত সুৰা বুলি সন্দেহ কৰে ডাক্তৰ বন্ধু নয়নে। কিন্তু সিহঁতে সেই মৃত্যুক সহজভাৱে ল'ব নোৱাৰিলে। সেইকাৰণে সিঁহতে বিশ্বজিতৰ মৃতদেহ লৈ হাজিৰ হয়গৈ সুভাষৰ চিনাকি এজন বাবাজীৰ আশ্ৰমত। সিহঁতৰ কাকূতি- মিনতিত বিগলিত হৈ বাবাজীয়ে তিনিদিনৰ বাবে বিশ্বজিতৰ দেহত প্ৰাণ দিবলৈ সাজু হয় আৰু লগতে কয় যে তিনিদিনৰ পাছত তেওঁ মন্ত্ৰৰ যোগেদি সেই প্ৰাণ পুনৰ ঘূৰাই আনিব। কিন্তু ভবাৰ দৰে নাছিল কথাবোৰ। হঠাতে হোৱা বাবাজীৰ হত্যাকাণ্ডই জোকাৰি যায় সকলোকে। কিন্তু কিয়? কি হ'ল বিশ্বজিতৰ? মন্ত্ৰৰ দ্বাৰা জীৱিত হ'ব পাৰেনে এটা মৃতদেহ? এক শ্বাসৰুদ্ধকাৰী কাহিনী। পৃষ্ঠাই পৃষ্ঠাই মৃত্যুৰ ভয়।এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল"যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ উপন্যাস "শেষ প্ৰহৰৰ খেলা"।©2021 Storyside IN (P)2021 Storyside IN Afro-américaine Policier
Les membres Amazon Prime bénéficient automatiquement de 2 livres audio offerts chez Audible.

Vous êtes membre Amazon Prime ?

Bénéficiez automatiquement de 2 livres audio offerts.
Bonne écoute !
    Aucun commentaire pour le moment