Couverture de Unmotto oronyo

Unmotto oronyo

Aperçu

Bénéficiez gratuitement de Standard pendant 30 jours

5,99 €/mois après la période d’essai. Annulation possible à tout moment
Essayez pour 0,00 €
Plus d'options d'achat

Unmotto oronyo

De : ৰঞ্জু হাজৰিকা
Lu par : Anabil Mahanta
Essayez pour 0,00 €

Renouvellement automatique à 5,99 €/mois après 30 jours. Annulation possible chaque mois.

Acheter pour 12,01 €

Acheter pour 12,01 €

অসমৰ এজন স্বনামধন্য সাহিত্যিক ৰঞ্জু হাজৰিকাই ৰচনা কৰা 'উন্মত্ত অৰণ্য' হৈছে এখন বহুজন-পঠিত উপন্যাস। জাকৰ পৰা অকলশৰীয়া হৈ আঁতৰি আহি উন্মাদৰ দৰে আচৰণ কৰিবলৈ ধৰে এটা বন্য হস্তিয়ে। উপায় হীন হৈ বন বিভাগৰ অনুগ্ৰহ মৰ্মে তিনিজন চিকাৰী বন্ধুৱে হাতিটোক তাৰ প্ৰেমিকাৰ হাতিজনীৰ সন্মুখতে হত্যা কৰে। পৰৱৰ্তী সময়ত তেঁওলোক প্ৰতিশোধ পৰায়ণা হৈ পৰা সেই প্ৰেমিকা হাতিজনীৰ দ্বাৰা বিভিন্ন বিলাই-বিপত্তিৰ সন্মুখীন হ'বলগীয়া হয়। এই আটাইবোৰ ঘটনা-পৰিঘটনাৰ ৰোমান্সকৰ বৰ্ণনাই মুলতঃ এই উপন্যাস খন। লগতে বন্য-হস্তিৰ জীৱন-ধাৰন, আচাৰ-আচৰণ আদিৰ বিষয়েও সৰস বিৱৰণ উপন্যাস খনত পোৱা যায়।©2023 Storyside IN (P)2023 Storyside IN Action et aventure Policier, thrillers et œuvres à suspense Thrillers et romans à suspense
adbl_web_anon_alc_button_suppression_t1
Aucun commentaire pour le moment