Couverture de Kolongkito nayok

Kolongkito nayok

Aperçu

Bénéficiez gratuitement de Standard pendant 30 jours

5,99 €/mois après la période d’essai. Annulation possible à tout moment
Essayez pour 0,00 €
Plus d'options d'achat

Kolongkito nayok

De : ৰঞ্জু হাজৰিকা
Lu par : Devanga Pallav Saikia
Essayez pour 0,00 €

Renouvellement automatique à 5,99 €/mois après 30 jours. Annulation possible chaque mois.

Acheter pour 12,74 €

Acheter pour 12,74 €

Offres de saison | 0,99 € par mois pendant les 3 premiers mois

5,99 €/mois par la suite. Des conditions s’appliquent. Annulation mensuelle possible.
চহৰৰ মাজ মজিয়াত এখন টেক্সিৰ ভিতৰত উদ্ধাৰ হয় এগৰাকী নাৰীৰ মৃতদেহ। সেই নাৰীৰ নাম অনুৰাধা দাস। গ্ৰেপ্তাৰ হয় টেক্সি চালক বীৰেন্দ্ৰ গগৈ। অথচ বীৰেন্দ্ৰ গগৈয়ে কয় সেই হত্যা তেওঁ কৰা নাই। সেই হত্যাৰ পম খেদি পুলিচ বাহিনী আৰু চৰকাৰী ডিটেকটিভ দেৱজিত ফুকনে খবৰ পাই এক বিৰাট চোৰাং সোণৰ কাৰবাৰৰ আৰু তাৰ সন্ধানত নামি পৰে তেওঁলোক। আনহাতে সেই একে হত্যাৰ পম খেদি প্ৰাইভেট ডিটেকটিভ পবিত্ৰ লহকৰ আৰু সহযোগী ড০ অমলকৃষ্ণ হাজৰিকা লগ হয় তেওঁলোকৰ। টেক্সি চালক বীৰেন্দ্ৰ গগৈৰ পৰা অনুৰাধাৰ হত্যাকাৰীৰ নাম যে বাসু সেই কথা সন্দেহ কৰে পবিত্ৰ লহকৰে। কিন্তু কোন এই বাসু? অনুৰাধাৰ সৈতে চিনাকি মানুহৰ খবৰ লওঁতে কমেও চাৰি-পাঁচ জনৰ নাম বাসু বুলি ভবাৰ থল ৰৈ গৈছে। তেনেস্থলত অনুৰাধাই কাক বাসু বুলি মাতিছিল? আৰু অনুৰাধাক হত্যা কৰাৰ কাৰণেই বা কি আছিল? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ উপন্যাস 'কলংকিত নায়ক'।©2022 Storyside IN (P)2022 Storyside IN
adbl_web_anon_alc_button_suppression_t1
Aucun commentaire pour le moment