Couverture de Jiya Jurir Ghat

Jiya Jurir Ghat

Aperçu

Bénéficiez gratuitement de Standard pendant 30 jours

5,99 €/mois après la période d’essai. Annulation possible à tout moment
Essayez pour 0,00 €
Plus d'options d'achat

Jiya Jurir Ghat

De : চৈয়দ আব্দুল মালিক
Lu par : Aichenga Baruah
Essayez pour 0,00 €

Renouvellement automatique à 5,99 €/mois après 30 jours. Annulation possible chaque mois.

Acheter pour 14,99 €

Acheter pour 14,99 €

অসমীয়া সাহিত্যৰ এটি বৰণীয় নাম ছৈয়দ আব্দুল মালিক। সাৰ্থক জীৱন শিল্পী তেওঁ। প্ৰকৃতি আৰু জীৱনে যেন তেওঁৰ ওচৰত নিজেই উদং হৈ ধৰা দিয়েহি! 'জীয়া-জুৰিৰ ঘাট' মালিকদেৱৰ অন্যতম জনপ্ৰিয় উপন্যাস। মালিকদেৱৰ গল্প, উপন্যাসবোৰত সততেই দেখা যায় গাঁৱলীয়া আপোনভোলা মানুহ। জীয়া-জুৰিৰ ঘাটতো জেহিৰ আৰু কণমাই- তেনে দুটি চৰিত্ৰ । কণমাইৰ সকলোকে আপোন কৰি ল'ব পৰা স্বভাৱটোৰ বাবেই তাই সকলোৰে প্ৰিয়। কণমাইৰ উপস্থিতিত দেওৰেক চালেহে কোনোদিনেই মাকৰ অভাৱ অনুভৱ কৰা নাছিল। চালেহে বাৰে বাৰে আত্মসংস্থাপনৰ বাবে কৰা জীৱন যুঁজখনত তাই পাৰেমানে সহযোগিতা আগবঢ়াইছিল। ইয়াৰ অন্য এটি নাৰী চৰিত্ৰ 'চম্পা' এজনী দেহোপজীৱিনী। এই বৃত্তিৰ অনাথিনী চম্পাই ক্ষুধা নিবাৰণৰ বাবে দেহ বিক্ৰী কৰিবলৈ গৈ 'চিফিলিচ'ত আক্ৰান্ত হ'ব লগা হৈছিল। ডাক্তৰক চিকিত্সা কৰাবলৈ তাইৰ দেহা বিক্ৰীৰ টকাৰে নোজোৰে। চম্পাই জানে যে তাই এজনী ঘৃণনীয়া নাৰী। কিন্তু, পেটৰ ক্ষুধাতকৈ চৰিত্ৰ ডাঙৰ নহয়। চম্পাৰ জীৱনৰ কাৰুণ্য বৰ্ণনাৰ জৰিয়তে লেখকে সমাজৰ এই অসহায় নাৰীচামৰ বেদনাৰ ছৱিখন দাঙি ধৰিছে। উপন্যাসখনিৰ মূল চৰিত্ৰ চালেহ যেতিয়া এই চম্পাৰ নৈশঅতিথি হৈ পৰিছিল, চালেহৰ গাতো সেই একেই চিফিলিচ ৰোগে থিতাপি লৈছিল...অথচ সমুখত চালেহৰ বিয়া! তেনে অৱস্থাত চালেহে বাৰু নিজৰ বিয়াখনিলৈ সন্মতি দি চাৰাক নিজৰ পত্নীৰূপে গ্ৰহণ কৰিলেগৈনে? ভোলা যে চম্পাৰেই ভায়েক, সেই সত্যটো জনাৰ পিছত চালেহৰ মনৰ অৱস্থা বাৰু কি হ'ল? চাকৰি এটা সি নিজৰ বাবে, ঘৰখনৰ বাবে যোগাৰ কৰিব পাৰিলেগৈনে...? এই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ হ'লে আপোনালোকে শুনিব লাগিব ষ্টৰীটেলত উপলব্ধ মালিকদেৱৰ এই সুন্দৰ উপন্যাসখনি। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ।©2021 Storyside IN (P)2021 Storyside IN Fiction
adbl_web_anon_alc_button_suppression_t1
Aucun commentaire pour le moment