Couverture de Duronto dosyu

Duronto dosyu

Aperçu
Offre à durée limitée

3 mois d'Audible Standard gratuits

3 mois pour 0,00 €/mois, puis 5,99 €/mois. Possibilité de résilier chaque mois.
Essayez pour 0,00 €/mois
L'offre prend fin le 15 Juillet 2026 à 23 h 59.
Plus d'options d'achat

Duronto dosyu

De : ৰঞ্জু হাজৰিকা
Lu par : Paplu Chetia
Essayez pour 0,00 €/mois

3 mois pour 0,99 €/mois, puis 5,99 €/mois. Possibilité de résilier chaque mois. Offre valable jusqu'au 15 juillet 2026 à 23 h 59.

Acheter pour 12,01 €

Acheter pour 12,01 €

হঠাতে ঘটিল এটা হত্যাকাণ্ড। সেই হত্যাকাণ্ডৰ উহঁ বিচাৰিবলৈ নৌপাওঁতেই আহি পৰে দুৰন্ত দস্যু। কিন্তু কোন এই দুৰন্ত দস্যু? এটাৰ পিছত এটাকৈ সংঘটিত হৈ গৈ থাকে হত্যাকাণ্ডবোৰ। সংঘটিত হোৱা হত্যাকাণ্ডত বিভ্ৰান্ত হৈ পৰে ডিটেকটিভ দেৱজিত ফুকন। ইফালে আকৌ প্ৰাইভেট ডিটেকটিভ পবিত্ৰ লহকৰ ৰহস্যৰ আঁত বিচাৰি গৈ বন্দী হৈ পৰে ৰহস্যৰ জালত। আৰু বিজ্ঞানী অমলকৃষ্ণ? পৃষ্ঠাই পৃষ্ঠাই ৰহস্য, ৰোমান্স, হত্যা, বিশ্বাসঘাটকতা। পিছে কোন সেই দুৰন্ত দস্যু? এই সকলোখিনি জানিবলৈ ষ্টৰীটেলযোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'দুৰন্ত দস্যু'।©2021 Storyside IN (P)2021 Storyside IN Afro-américaine Policier
adbl_web_anon_alc_button_suppression_t1
Aucun commentaire pour le moment