Couverture de Bikhyuddho Bohni

Bikhyuddho Bohni

Aperçu

Bénéficiez gratuitement de Standard pendant 30 jours

5,99 €/mois après la période d’essai. Annulation possible à tout moment
Essayez pour 0,00 €
Plus d'options d'achat

Bikhyuddho Bohni

De : ৰঞ্জু হাজৰিকা
Lu par : Dibson Lal Baruah
Essayez pour 0,00 €

Renouvellement automatique à 5,99 €/mois après 30 jours. Annulation possible chaque mois.

Acheter pour 12,01 €

Acheter pour 12,01 €

ৰহস্য সাহিত্যৰ একচ্ছত্ৰী সম্ৰাট ৰঞ্জু হাজৰিকাৰ অন্যতম জনপ্ৰিয় উপন্যাস হ'ল 'বিক্ষুব্ধ বহ্নি '। ইন্দৰ আৰু শান্তাৰ সুন্দৰ জীৱনৰ চিহ্ন অমিত। কিন্তু শান্তা আৰু ইন্দৰৰ জীৱনত অমিতৰ বাবে থকা মৰমৰ মূল্যই অমিতৰ অনুপস্হিতিত তেওঁলোকৰ জীৱনক এক জটিল পৰ্যায়লৈ লৈ যায়। অমিত অবিহনে শান্তাৰ অৱস্থা আৰু ইন্দৰৰ দোষীৰ বাবে থকা বিদ্বেষে কাহিনীক এক অন্য দিশে আগবঢ়াই লৈ যায়। অমিতৰ অপহৰণৰ ঘটনাক লৈ ইন্দৰৰ জীৱনত হঠাৎ ঘটা কিছুমান বিক্ষিপ্ত ঘটনাৰ ঘটনাৰে উপন্যাসখনৰ কাহিনী আগবাঢ়ে। কোনে অপহৰণ কৰিছিল অমিতক? অমিত জীয়াই থাকিল নে? শান্তা আৰু ইন্দৰে বিচাৰি পালে নে প্ৰাণাধিক প্ৰিয় কণমানি পুত্ৰক? দিবছন লাল বৰুৱাৰ কন্ঠত ষ্টৰীটেলৰ যোগেদি শুনক ৰঞ্জু হাজৰিকাৰ উপন্যাস 'বিক্ষুব্ধ বহ্নি '।©2021 Storyside IN (P)2021 Storyside IN Afro-américaine Policier
adbl_web_anon_alc_button_suppression_t1
Aucun commentaire pour le moment