Couverture de Xanito nokh

Xanito nokh

Aperçu

Bénéficiez gratuitement de Standard pendant 30 jours

5,99 €/mois après la période d’essai. Annulation possible à tout moment
Essayez pour 0,00 €
Plus d'options d'achat

Xanito nokh

De : ৰঞ্জু হাজৰিকা
Lu par : Rupkrishna Patar
Essayez pour 0,00 €

Renouvellement automatique à 5,99 €/mois après 30 jours. Annulation possible chaque mois.

Acheter pour 12,01 €

Acheter pour 12,01 €

ৰঞ্জু হাজৰিকাৰ বহুকেইখন জনপ্ৰিয় ৰহস্য উপন্যাসৰ চিনাকী ডিটেকটিভ চৰিত্ৰ পবিত্ৰ লহকৰ, ডঃ অমলকৃষ্ণ হাজৰিকা আৰু দেৱজিত ফুকন 'শানিত নখ'ৰো কেন্দ্ৰীয় চৰিত্ৰ। জুৱেল থিফ্ কোন? পাৰ্থপ্ৰতীমৰ মহামূল্যৱান 'ৰূবী'টোৰ অপহৰণৰ অন্তৰালত প্ৰকৃততে কোন? গোপন ৰহস্যৰ শুংশুত্ৰ বিচাৰি ডিটেকটিভ দেৱজিত ফুকন আৰু পবিত্ৰ লহকৰ দিশহাৰা। আৰু অমলকৃষ্ণ? দুৰ্বৃত্তৰ পিষ্টলৰ গুলীত পবিত্ৰ নিহত, কিন্তু.. তনুজা কোন? তেওঁ যদি পাৰ্থৰ প্ৰেমিকা তেন্তে কিয় আহিছিল 'ৰূবী'টো অপহৰণ কৰিবলৈ? ৰহস্যৰ কুহেলিকাত আপুনিও দিশহাৰা হৈ পৰিব.. শানিত নখৰ আঁচোৰত আপুনিও ধৰাশায়ী হৈ পৰিব। আতংক, ঊৎকণ্ঠা, উদ্বেগৰ ভয়ংকৰ ৰূদ্ধশ্বাস কাহিনী 'শানিত নখ' এইবাৰ শুনক ষ্টৰীটেলত।©2021 Storyside IN (P)2021 Storyside IN Afro-américaine Policier
adbl_web_anon_alc_button_suppression_t1
Aucun commentaire pour le moment