Couverture de Klanto juddha

Klanto juddha

Aperçu
Essayer pour 0,00 €
Écoutez en illimité un large choix de livres audio, créations & podcasts Audible Original et histoires pour enfants.
Recevez 1 crédit audio par mois à échanger contre le titre de votre choix - ce titre vous appartient.
Gratuit avec l'offre d'essai, ensuite 9,95 €/mois. Possibilité de résilier l'abonnement chaque mois.

Klanto juddha

De : ৰঞ্জু হাজৰিকা
Lu par : খলিন ডেকা
Essayer pour 0,00 €

9,95 € par mois après 30 jours. Résiliez à tout moment.

Acheter pour 5,55 €

Acheter pour 5,55 €

À propos de cette écoute

এজন ব্যক্তিগত ডিটেকটিভ। নাম এজেণ্ট ৰঞ্জিত। এই ৰঞ্জিতৰ এগৰাকী খবৰ দিওঁতাকাৰী আছিল এটা চোৰাং ব্যৱসায়ী কৰা দলৰ, যি সদস্যও আছিল দলটোৰ। তেখেতৰ নাম এলিনা। এলিনাৰ অনিচ্ছা সত্ত্বেও সেই দলৰ সদস্য হবলৈ বাধ্য কৰোৱাইছিল, ব্লেক মেইল কৰিছিল দলৰ মুৰব্বী গৰাকীয়ে। এলিনা আৰু ৰঞ্জিত ক'ব গ'লে বন্ধুৰ দৰেই আছিল। এলিনাই ডেঞ্চাৰ হিচাপে কাম কৰিছিল ড্ৰচেৰা নামৰ এখন হোটেলত। এই হোটেলতে চোৰাং ব্যৱসায়ৰ এটা ঘাটি আছিল। এদিন এলিনাই ৰঞ্জিতক মাতিলে কিবা এটা খবৰ দিবৰ বাবে কিন্তু তাৰ আগতেই এলিনাৰ মৰাশ পোৱা গ'ল হোটেল খনত থকা এলিনাৰ নিজৰ কোঠাত। ইয়াৰ পৰাই আৰম্ভ হয় ৰঞ্জিতৰ অনুসন্ধানকাৰী যাত্ৰা। সহযোগী হৈছে ৰঞ্জিতৰ সহকৰ্মী এজেণ্ট সমৰ আৰু ইন্দৰ। বহুতো নামীদামী আৰু সাধাৰণ মানুহৰ চৰিত্ৰৰ লগতে সচাঁ মিছা, মুখা পিন্ধা ব্যক্তিৰ মাজেৰে কাহিনী আগ বাঢ়ে যাৰ মাজত থাকে চোৰাং ব্যৱসায়ৰ মুৰব্বী নিজে এক ছদ্মনামত। কিন্তু "ওৰহী গছৰ ওৰ পেলালে" সুদুৰ কলিকতাৰ এজন ব্যক্তিগত ডিটেক্টিভে। তেখেতক নিযুক্তি দিছিল উক্ত ঘটনাটোৰ আওতালৈ অহা এজন মানুহে। শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ "ক্লান্ত যোদ্ধা" একমাত্ৰ ষ্টৰীটেলত।©2021 Storyside IN (P)2021 Storyside IN Afro-américaine Policier
Les membres Amazon Prime bénéficient automatiquement de 2 livres audio offerts chez Audible.

Vous êtes membre Amazon Prime ?

Bénéficiez automatiquement de 2 livres audio offerts.
Bonne écoute !
    Aucun commentaire pour le moment