Cover of Ruptirthor Jatri

Ruptirthor Jatri

Sample

Get 30 days of Standard free

€5.99/mo after trial. Cancel monthly.
Try for €0.00
More purchase options

Ruptirthor Jatri

By: চৈয়দ আব্দুল মালিক
Narrated by: Jubaraj Kumar Das
Try for €0.00

€5.99 a month after 30 days. Cancel anytime.

Buy Now for €18.98

Buy Now for €18.98

Season's Savings | 0.99 €/month for 3 months

5.99 €/month thereafter - terms apply. Cancel monthly.
'ৰূপতীৰ্থৰ যাত্রী' বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ এখন অনন্য উপ্যনাস। অসমীয়া জাতীয় জীৱনৰ এগৰাকী বৰেণ্য ব্যক্তিত্বৰ ব্যক্তি, যিগৰাকী একেৰাহে কবি, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী,চিত্রশিল্পী, অভিনেতা, নাট্যকাৰ, চিত্র-নিৰ্মাতা, পৰিচালক লগতে গভীৰ দেশপ্ৰেমেৰে উদ্বুদ্ধ এজন বিপ্লৱী - জ্যোতি প্ৰসাদ আগৰৱালা। এই সুন্দৰৰ পুজাৰীৰ জীৱন কাহিনী ভিত্তিক উপ্যনাস 'ৰূপতীৰ্থৰ যাত্রী'। উপন্যাসখনৰ তিনিটা খণ্ডত ক্ৰমে ৰূপতীৰ্থৰ নায়ক জ্যোতিৰ্ময়ৰ ইউৰোপত শিক্ষা গ্ৰহণ কৰি থকা কালচোৱা, অসমলৈ আহি প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ সংগ্ৰামী যাত্রা আৰু দ্বিতীয় বিশ্ব যুদ্ধৰ দাবানলৰ মাজতে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বৰ্ণনা বিদ্যমান । উপ্যনাসখনৰ প্ৰতিটো পৃষ্ঠাতেই সহজ সৰল বাক্য-বিন্যাসেৰে প্ৰতিটো চৰিত্রক মালিকদেৱে এক জীৱন্ত ৰূপ প্ৰদান কৰিছে । সৰস বৰ্ণনাত্মক বিশ্লেষণেৰে সেই সময়ৰ সমাজৰ নিৰ্মোহ সত্য খিনিক উপন্যাস খনৰ জৰিয়তে প্ৰকাশ কৰাৰ উপৰিও তেখেতে উপন্যাস খনৰ প্ৰতিটো চৰিত্রৰ আবেগ অনুভূতিৰ সৈতে একাত্ম হ'ব পৰাকৈ পাঠকক সমল যোগাবলৈ নিশ্চিতভাৱে সক্ষম হৈছে। এই উপ্যনাসখনৰ বিভিন্ন চৰিত্র সমূহৰ বিষয়ে জানিবলৈ তথা সু্ন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ বৰ্ণিল যাত্রাৰ বিষয়ে জানিবলৈ শুনক 'ৰূপতীৰ্থৰ যাত্রী' কেৱল ষ্টৰীটেলত। Biographical Fiction Genre Fiction World Literature
adbl_web_anon_alc_button_suppression_t1
No reviews yet