Cover of Putaputoni

Putaputoni

Sample

Get 30 days of Standard free

€5.99/mo after trial. Cancel monthly.
Try for €0.00
More purchase options

Putaputoni

By: মৃদুল শৰ্মা
Narrated by: Anabil Mahanta
Try for €0.00

€5.99 a month after 30 days. Cancel anytime.

Buy Now for €15.05

Buy Now for €15.05

Season's Savings | 0.99 €/month for 3 months

5.99 €/month thereafter - terms apply. Cancel monthly.
কোনো অজ্ঞাত কুলশীল ব্যক্তিৰ দূৰদৰ্শী চিন্তা আৰু মহৎ ভাৱনাৰ ফলশ্ৰুতিত অংকুৰিত হয় এখন কলেজ প্ৰতিষ্ঠাৰ সপোন। এনে সপোনৰ মূল্য বুজি সাধ্যহীন মানুহেও লঘোণৰ ভাত তুচ্ছজ্ঞান কৰি হাড়্ভঙা শ্ৰমৰ ধন আগবঢ়ায়। এদিন এখন কলেজ প্ৰতিষ্ঠা হয়। লাহে লাহে প্ৰতিষ্ঠিত হৈ জলমলাই উঠে পৰিত্যক্ত জলাশয় বা পিটনি পুতি প্ৰতিষ্ঠা কৰা সপোনৰ প্ৰতিষ্ঠানখন। কিন্তু থাকেগৈনে সেই কৃচ্ছ্রসাধনা বা সংগ্ৰামৰ চিনচাব, শিক্ষিত মানুহবোৰৰ মুখত? উদ্দেশ্যত? ব্যক্তিত্ব আৰু চাকচিক্যত? Genre Fiction Political World Literature
adbl_web_anon_alc_button_suppression_t1
No reviews yet