Cover of Panir Palok

Panir Palok

Sample

Get 30 days of Standard free

€5.99/mo after trial. Cancel monthly.
Try for €0.00
More purchase options

Panir Palok

By: মনালিছা শইকীয়া
Narrated by: Tarun Gogoi
Try for €0.00

€5.99 a month after 30 days. Cancel anytime.

Buy Now for €15.05

Buy Now for €15.05

Season's Savings | 0.99 €/month for 3 months

5.99 €/month thereafter - terms apply. Cancel monthly.
বৰপিতাই মৰিল। গাঁৱখনৰে বৰপিতাইৰ মৃত্যুৱে গাঁৱলৈ টানি আনে চহৰীয়া ককাই ভাইক। কিন্তু কোন এই বৰপিতাই? পুৰণি বেলি আৰু বতাহৰ কাহিনীটো কোনে নাজানে। সিদিনা বেলি জিকিছিল, বতাহ হাৰিছিল। কাহিনীটো শেষ হৈছিল। কিন্তু শেষ হৈছিল জানো প্ৰকৃততে! পৰাজয়ৰ গ্লানি পাহৰিব পৰা নাছিল নেকি বতাহে? সেই পুৰণি খং লৈ যদি বতাহ একপ্ৰকাৰৰ বলিয়া হৈ গৈছিল।! তেতিয়াহলে কি কৰিছিল বতাহে? বিভিন্ন পটভূমিক কেন্দ্ৰ কৰি লিখা এমুঠি গল্প। গাঁৱৰ কেঁচামাটি, গৃহস্থালি আৰু প্ৰাকৃতিক পৰিৱেশৰ এক মলমলীয়া গোন্ধৰে ভৰপূৰ প্ৰতিটো গল্পই কঢ়িয়াই লৈ ফুৰে এটা অভিমানী মন। সৰল কিন্তু চিন্তাৰ উদ্ৰেককাৰী গল্পবোৰৰ পৃষ্ঠা পৃষ্ঠাই অনুভৱ কৰাই যায় এটা অভিমানী মনটোৰ। পঢ়ি যাওঁতে বুকুৰ কোণত বাজি উঠে বিষাদভৰা বাঁহীৰ সুৰ এটা। সেই সুৰে কৈ যাব খোজে বহু কথাই । সেই কথাৰ মাজতে বিচাৰি পাব আপোনাক, মোক বা আমাৰ দৰে হাজাৰজনক। ২০ টা ভিন্নস্বাদৰ গল্প। এই গল্প সমূহৰ ভিতৰত কি আছে জানিবলৈ শুনক 'ষ্টৰীটেল' যোগে মনালিছা শইকীয়াৰ গল্প সংকলন 'পানীৰ পালক'। Coming of Age Family Life Genre Fiction Sagas World Literature
adbl_web_anon_alc_button_suppression_t1
No reviews yet