Cover of Ostoraag

Ostoraag

Sample

Get 30 days of Standard free

€5.99/mo after trial. Cancel monthly.
Try for €0.00
More purchase options

Ostoraag

By: হোমেন বৰগোহাঞি
Narrated by: Ratna Das
Try for €0.00

€5.99 a month after 30 days. Cancel anytime.

Buy Now for €12.74

Buy Now for €12.74

Season's Savings | 0.99 €/month for 3 months

5.99 €/month thereafter - terms apply. Cancel monthly.
ঘড়ীৰ কাঁটাৰ নিৰ্দেশত চলি থকা ব্যক্তি দিলীপ পেছাগত ভাবে এজন প্ৰফেচাৰ। নিয়মানুৱৰ্তিতা মানি চলাটো দিলীপৰ যেন এটা লক্ষ্য। সময়ৰ অকনমান হেৰফেৰ হ'লেই সাংঘাটিক অসন্তুষ্ট হৈ পৰে তেওঁ। এই কথা লৈ মাজে মাজে পৰিবাৰৰ লগত তেওঁৰ অকনমান খুট খাট লাগেও। তথাপি হেৰফেৰ নহয় দিলীপ। গাঁৱৰ ঘৰত দিলীপৰ শৰ্যাগত পিতৃ। পিতৃক লৈ প্ৰতি মূহুৰ্ততে অহেতুক চিন্তা এটা ঘূৰি থাকে দিলীপৰ চৌপাশে। কিন্তু এদিন কলেজলৈ ওলোৱা দিলীপৰ হাতত পৰা টেলিগ্ৰাম এখনে সকলোবোৰ খেলিমেলি লগাই দিয়ে। দিলীপৰ সিদ্ধান্তক আওকাণ কৰিব নোৱাৰি তাৰ লগতে চহৰলৈ অহা পিতৃয়ে নিজকে চহৰৰ পৰিবেশৰ লগত মিলাব পাৰিলে নে? জীৱনৰ শেষ সন্ধিয়াত শেষ হৈ যায় নেকি মানুহৰ জীৱনৰ প্ৰতি থকা মোহ? বৃদ্ধ পিতৃ মাতৃ বাৰু কেনেবাকৈ বোজা হৈ পৰে নেকি পো-জীৰ বাবে? এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে হোমেন বৰগোহাঞি ৰ 'অস্তৰাগ', ৰত্ন দাসৰ কণ্ঠত। Biographical Fiction Family Life Genre Fiction Sagas
adbl_web_anon_alc_button_suppression_t1
No reviews yet