Cover of Milleniumor Sapon

Milleniumor Sapon

Sample

Get 30 days of Standard free

€5.99/mo after trial. Cancel monthly.
Try for €0.00
More purchase options

Milleniumor Sapon

By: অৰূপা পটংগীয়া কলিতা
Narrated by: Meghna Choudhury
Try for €0.00

€5.99 a month after 30 days. Cancel anytime.

Buy Now for €15.29

Buy Now for €15.29

Season's Savings | 0.99 €/month for 3 months

5.99 €/month thereafter - terms apply. Cancel monthly.
এইটি কাৰ দ'ল ৰজাৰ দ'ল ভাঙিম নে নেভাঙিম নেভাঙিবা ককা, আইতা, মামা, দেউতাৰ লগত সোণকণৰ হাত লগাই সোণকণে তাৰ পচন্দৰ খেল খেলে। নেভাঙিবলৈ কোৱা সোণকণৰ দ'লটো ভাঙি যায়। কলী ঔ, বগী ঔ ঢেকেচ। ঠিক একে দ'ল ভঙা গঢ়াৰ আন এখন বিভৎস খেল। মন্দিৰৰ ভিতৰৰ কালী মূৰ্তি জ্বলি উঠে দাও দাওকৈ। নামঘৰৰ মণিকূটত যদি গৰুৰ মাংস, মছজিদত আকৌ কাছৰ মাংস। এনেকৈয়ে চলি থাকে কিছুমান বিভৎস কাৰবাৰ। দ'ল ভঙা গঢ়াৰ খেল। কিন্তু তাৰ মাজত কি হ'ল সোণকণৰ খেলখনৰ? কমলা কুঁৱৰী, ৰজাৰ কুঁৱৰী পানীৰে শেতেলীত শুবি মোৰ কুঁৱৰী পানীৰে শেতেলীত শুবি পানীৰে গালিচা পাৰি দিম কুঁৱৰী পানীৰে বৈ দিম সাজে কিংখাপৰে কুটিল ৰাজনীতি, নৃশংসতা, ঈৰ্ষাৰ বলি সৌ তাহানিৰ কমলা কুঁৱৰী। আৰু বৰ্তমানৰ কমলা কুঁৱৰী মুনুৰ মাক। অসমৰ ৰাজনীতি, সামাজিক, অৰ্থনৈতিক প্ৰেক্ষাপটত ৰচিত এমুঠি গল্প। প্ৰতিটো গল্পই বহন কৰিছে এক নিদিষ্ট সময়ৰ ৰাজনৈতিক কুটিলতাৰ চিন, দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি ৰোৱা এমুঠি যন্ত্ৰণাকাতৰ জীৱনৰ গাঁথা। কি আছে এই গল্প সমূহত? জানিবলৈ শুনক জনপ্ৰিয় সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতাৰ গল্প সংকলন 'মিলেনিয়ামৰ সপোন'। Anthologies & Short Stories Genre Fiction Political World Literature
adbl_web_anon_alc_button_suppression_t1
No reviews yet