Cover of Mariam Austin Athaba Hira Baruah

Mariam Austin Athaba Hira Baruah

Sample

Get 30 days of Standard free

€5.99/mo after trial. Cancel monthly.
Try for €0.00
More purchase options

Mariam Austin Athaba Hira Baruah

By: অৰূপা পটংগীয়া কলিতা
Narrated by: Debanjana Baishya
Try for €0.00

€5.99 a month after 30 days. Cancel anytime.

Buy Now for €15.28

Buy Now for €15.28

Season's Savings | 0.99 €/month for 3 months

5.99 €/month thereafter - terms apply. Cancel monthly.
অৰূপা পটংগীয়া কলিতাৰ গল্প মানেই সামাজিক মানুহ, সমাজে আঁতৰ কৰা মানুহ। বিশ্বায়নৰ ফলত অহা পৰিৱৰ্তনৰ ধামখুমীয়াত বিপৰ্যস্ত, বিপন্ন, ক্লিষ্ট মানুহৰ কাহিনী মৰ্মস্পৰ্শী ভাষাৰে বৰ্ণনা কৰিছে সমাজ আৰু ইতিহাস সচেতন সাহিত্যিক গৰাকীয়ে। একাকীত্ব, স্বাৰ্থপৰতা, ক্ৰমশঃ বিলীয়মান মানবীয়তা, পাৰিবাৰিক সম্পৰ্ক ইত্যাদি বিভিন্ন সমস্যাক আবেগেৰে প্ৰকাশ কৰা ১০ টা ভিন্নস্বাদৰ গল্পৰ সমষ্টি । এই গল্পসমূহত কি আছে জানিবলৈ ষ্টৰীটেলৰ যোগেদি শুনক অৰূপা পটংগীয়া কলিতাৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত গল্প সংকলন 'মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা'। পাঠ কৰিছে দেৱাঞ্জনা বৈশ্যই। Anthologies & Short Stories Family Life Genre Fiction World Literature
adbl_web_anon_alc_button_suppression_t1
No reviews yet