Cover of Magnolia

Magnolia

Sample

Get 30 days of Standard free

€5.99/mo after trial. Cancel monthly.
Try for €0.00
More purchase options

Magnolia

By: মামণি ৰয়ছম গোস্বামী
Narrated by: Ankita Goswami
Try for €0.00

€5.99 a month after 30 days. Cancel anytime.

Buy Now for €12.74

Buy Now for €12.74

Season's Savings | 0.99 €/month for 3 months

5.99 €/month thereafter - terms apply. Cancel monthly.
২৮ টা ভিন্নস্বাদৰ গল্প। এই গল্প সমূহৰ ৰচনা কাল ১৯৫২/১৯৫৪ চন মানৰ পৰাই বুলি ধৰিব পাৰি। গল্প বিলাকৰ কোনোবাটোৱে যদি সেই সময়ৰ আৰ্থসামাজিক দিশটো আঙুলিয়াই দিছে, আন কোনোবাটোৱে আকৌ ভালপোৱাৰ বিষাদৰ কথা কৈছে। কিছু গল্পত বৰ্ণিত হৈছে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ। আনহাতে তাতে দেখা গৈছে প্ৰকৃতি বিনষ্টকাৰী অশুভ শক্তি। ৰাজনৈতিক কুচক্ৰান্তৰ বলি হয় সমাজ জীৱন। শেষ হৈ যায় সাধাৰণ জনতাৰ সপোন। কিন্তু বাৰে বাৰে কিয় ভুগিব লগা হয় জনতাই? হৃদয়স্পৰ্শী এমুঠি গল্প। 'ষ্টৰীটেল' যোগে শুনক জ্ঞানপীঠ বঁটা বিজয়িনী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ গল্প সংকলন 'মেগনলীয়া'। Anthologies & Short Stories
adbl_web_anon_alc_button_suppression_t1
No reviews yet