Cover of Igloo

Igloo

Sample

Get 30 days of Standard free

€5.99/mo after trial. Cancel monthly.
Try for €0.00
More purchase options

Igloo

By: মণিকা দেৱী
Narrated by: Sarmistha Chakravorty
Try for €0.00

€5.99 a month after 30 days. Cancel anytime.

Buy Now for €5.13

Buy Now for €5.13

Season's Savings | 0.99 €/month for 3 months

5.99 €/month thereafter - terms apply. Cancel monthly.
Summary
আইজনীৰ জ্বৰ। গাত বসন্ত। জ্বৰ-বসন্তৰ তাপত আইজনীৰ ঘনেপতি মনত পৰে তাইৰ আয়েকলৈ। ইহকালত নৰিয়াত ভুগি আইজনীয়ে পৰকালৰ বৰফ-শীতল শেতেলিত পৰি ৰোৱা মাকৰ সৈতে কথা পাতে। কথা পাতি পাতি একোবাৰ তাই মাক হয়, আন একোবাৰ হয় জীয়েক। তাইৰ ভিতৰত জন্ম হয় অন্য এক সত্তা। ভাবনাৰ চাকনৈয়াত চাক লৈ লৈ উঠি আহে তাইৰ গৰ্ভৰ পৰা আয়েকৰ সত্তা। মণিকা দেৱীৰ 'ইগলো' এক শোক-গাথা। মাক-জীয়েকৰ কথোপকথনেৰে ছন্দোময় ৰূপ লোৱা এই গল্পটোৰ এনে এক শক্তি আছে যে তাৰ পাঠে পাঠকৰ বুকুত অসহনীয় এটি বিষ তোলে। সেই বিষ আইৰ গৰ্ভৰ নিহালিখন মেৰিয়াই লবলৈ নোপোৱাৰ বিষ। এই বিষ জননীৰ সেই চিৰায়ত আব্দাৰৰ পৰা বঞ্চিত হোৱাৰ বিষ।©2021 Storyside IN (P)2021 Storyside IN Genre Fiction
adbl_web_anon_alc_button_suppression_t1
No reviews yet