Cover of Asimot Jar Heral Sima

Asimot Jar Heral Sima

Sample

Get 30 days of Standard free

€5.99/mo after trial. Cancel monthly.
Try for €0.00
More purchase options

Asimot Jar Heral Sima

By: কাঞ্চন বৰুৱা
Narrated by: Kopil Bora
Try for €0.00

€5.99 a month after 30 days. Cancel anytime.

Buy Now for €18.98

Buy Now for €18.98

Season's Savings | 0.99 €/month for 3 months

5.99 €/month thereafter - terms apply. Cancel monthly.
চম্পা, গৌৰী, চন্দন, উমা, অশোক- এওঁলোকক কোনে চিনি নাপায়! কালজয়ী অসমীয়া উপন্যাস 'অসীমত যাৰ হেৰাল সীমা'ৰ সেই জীৱন্ত চৰিত্ৰবোৰ, কমল নগৰৰ ধুনীয়া মানুহবোৰৰ ধুনীয়া জীৱনবোৰ আৰু তেওঁলোকৰ আনন্দৰ দিনবোৰলৈ নামি অহা যুদ্ধৰ অমানিশা.. কাঞ্চন বৰুৱা যেন শব্দৰ যাদুকৰ! এখন ছবিৰ দৰে আমাৰ আটাইৰে মনত চিৰদিনৰ বাবে ৰৈ যোৱা ঊপন্যাসখন এইবাৰ আমাৰ বাবে পাঠ কৰিছে আমাৰ সকলোৰে চিনাকি অভিনয় জগতখনৰ হাৰ্টথ্ৰৱ কপিল বৰাই। আহক, আকৌ এবাৰ ডুব যাওঁ সেই প্ৰাচীন প্ৰেমত যি আজিও হয়তো শুন-নুশুনকৈ বৈ আছে কমল নগৰ নামৰ হেৰাই যোৱা নগৰখনৰ প্ৰাণত। Action & Adventure Family Life Fantasy Genre Fiction Historical Historical Fiction
adbl_web_anon_alc_button_suppression_t1
No reviews yet