Cover of Adhalekha Dostabez

Adhalekha Dostabez

Sample

Get 30 days of Standard free

€5.99/mo after trial. Cancel monthly.
Try for €0.00
More purchase options

Adhalekha Dostabez

By: মামণি ৰয়ছম গোস্বামী
Narrated by: Epsita Hazarika
Try for €0.00

€5.99 a month after 30 days. Cancel anytime.

Buy Now for €14.44

Buy Now for €14.44

Season's Savings | 0.99 €/month for 3 months

5.99 €/month thereafter - terms apply. Cancel monthly.
অসমীয়া সাহিত্যত নাৰীকণ্ঠক এক বিশেষ স্থানত উপনীত কৰোৱাত ড০ মামণি ৰয়ছম গোস্বামীৰ অৱদান অনস্বিকাৰ্য। মামণি ৰয়ছমৰ নিজৰ ভাষাত, 'আধালেখা দস্তাবেজ' তেখেতৰ জীৱনৰ উন্মুক্ত তথা মৰ্মস্পৰ্শী প্ৰকাশ। কিতাপখনত সন্নিবিষ্ট জীৱন-বৰ্ণনাসমূহ ইমানেই জীৱন্ত আৰু বলিষ্ঠ যে ড০ গোস্বামীৰ ব্যক্তিগত জীৱনকো ই বিতৰ্কৰ আওতালৈ টানি আনিছিল।লেখিকাৰ কলমত প্ৰাণ পাই উঠা বৃন্দাবনৰ সুক্ষ্মাতিসুক্ষ্ম বিবৰণে পাঠকৰ সন্মুখত সেই সময়ৰ ভাৰতৰ সামাজিক-সাংস্কৃতিক মেপখনৰ এখন জীৱন্ত, প্ৰাঞ্জল ছবি দাঙি ধৰে। Hinduism
adbl_web_anon_alc_button_suppression_t1
No reviews yet