Cover of Taniya

Taniya

Sample
Season's Savings

0.99 €/mo for 3 months

Auto-renews at 5.99 €/month after 3 months. Cancel monthly.
Get this deal
Offer ends on 28 December, 2026.
More purchase options

Taniya

By: অৰূপা পটংগীয়া কলিতা
Narrated by: Aichenga Baruah
Get this deal

Auto-renews at 5.99 €/month after 3 months. Cancel monthly. Offer ends 28 December, 2026.

Buy Now for €11.04

Buy Now for €11.04

Season's Savings | 0.99 €/month for 3 months

5.99 €/month thereafter - terms apply. Cancel monthly.
Summary
অৰূপা পটঙ্গীয়া কলিতাৰ অনুপম সৃষ্টি 'তানিয়া'ৰ বিষয়বস্তু হৈছে এজনী কণমানি ভূটানী কুকুৰ পোৱালি। তানিয়া দেখাত বৰ ধুনীয়াজনী আছিল লগতে খুউব বেছি চঞ্চলো। তাই নিজৰ মৰমলগা স্বভাৱটোৰে নিজৰ গৰাকীৰ লগতে তাই লগ পোৱা সকলো মানুহকেই মোহিত কৰি ৰাখিছিল। বিশেষকৈ শিশুসকলে তানিয়াক নিজৰ জীৱনৰ এটি অংশ বুলি ভাবি তাইৰ যত্ন লৈছিল, প্ৰতিটো দায়িত্ব লৈছিল। দেখাত তেনেই অকনমাণি যদিও প্ৰতিবাৰেই গৰাকীৰ ঘৰত হ'বলগীয়া বিপদৰ পৰা ঘৰখনক ৰক্ষা কৰি সাহসিকতাৰ প্ৰমাণ দিছিল। সৰু কথা এটিতেই ভয়ত পেঁপুৱা লাগিলেও সময়ত কিন্তু তাই সাহসী হৈ পৰিছিল । জিলমিল, অৰুনাভহঁতৰ বাবে তানিয়া নিজৰ ঘৰৰ এক সদস্যৰ দৰে আছিল...এই তানিয়াৰেই বহু ৰসাল কাহিনী লেখিকাগৰাকীয়ে বৰ সুন্দৰ ৰূপত সাধুকথাৰ দৰে বৰ্ণনা কৰি গৈছে। Family Life Genre Fiction Growing Up & Facts of Life Literature & Fiction
adbl_web_anon_alc_button_suppression_t1
No reviews yet